अर्थ : যিজনে ধনু লৈ থাকে
उदाहरणे :
ঋষিয়ে সাধুবেশী দুজন ধনুর্ধৰক বনত ঘূৰি ফুৰা দেখিলে
समानार्थी : ধনুর্ধৰ
अर्थ : ধনু ধাৰণ কৰোতা
उदाहरणे :
মহাভাৰতৰ যুদ্ধচ ধনুর্ধৰ অর্জুনে পাণ্ডৱক বিজয়ী কৰাত বিশেষ ভূমিকা গ্রহণ কৰিছিল
समानार्थी : ধনুর্ধৰ