सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে
उदाहरणे : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা
समानार्थी : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, পুতৌ, প্রসাদ, বেথা, মমতা, মেহেৰবানি
अर्थ : বিশেষকৈ হৃদয়জনিত উগ্র বা বহুত কষ্টদায়ক পীড়া
उदाहरणे : মোৰ হৃদয়ৰ বেদনা কোনেও নুবুজে
समानार्थी : ক্লেশ, দর্দ, বিৰহ, বেদনা, ব্যথা
स्थापित करा