सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ দয়া আছে
उदाहरणे : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
समानार्थी : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়ালু, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
अर्थ : যাৰ দশা বা অৱস্থা দেখি দয়া উপজে
उदाहरणे : তেওঁৰ ্দয়াশীল অৱস্থা দেখি মই কান্দি পেলালোঁ
समानार्थी : পুতৌ লগা
स्थापित करा