सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কৃপা কৰি
उदाहरणे : কৃপা কৰি আপুনি মোৰ এই কামটো কৰি দিয়ক
समानार्थी : কৃপা কৰি, কৃপালু, দয়া কৰি
अर्थ : যাৰ দয়া আছে
उदाहरणे : দয়ালু লোকে সদায় আনক সহায় কৰে ভগবান সকলোৰে প্রতি দয়াশীল
समानार्थी : কাৰুণিক, কৃপাময়, কৃপালু, কৃপাশীল, কৰুণাময়, দয়াময়, দয়াশীল, মৰমিয়াল, সদয় চিত্ত, সহৃদয়
स्थापित करा