सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বিশ আৰু দুইক যোগ কৰিলে পোৱা সংখ্যা
उदाहरणे : এঘাৰ আৰু এঘাৰ মিলি বাইশ হয়
समानार्थी : একুৰি দুই, বাইশ
अर्थ : বিশ আৰু দুই
उदाहरणे : নিজৰ কাব্য প্রতিভাৰ কাৰণে শ্যাম বাইশ বছৰ বয়সতে প্রসিদ্ধ হৈ পৰিল
समानार्थी : দ্বা-বিংশ, দ্বা-বিংশতি, দ্বাবিংশ, বাইশ
स्थापित करा