पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দৌৰা शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দৌৰা   বিশেষ্য

अर्थ : দৌৰ মৰা কার্য ্বা ভাব

उदाहरणे : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত

দৌৰা   ক্ৰিয়া

अर्थ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা

उदाहरणे : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ

समानार्थी : ঘূৰা, লৰা-ঢপৰা কৰা

अर्थ : বৰ সঘনাই ভৰি দাঙি যোৱা

उदाहरणे : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে

समानार्थी : দৌৰ মৰা, লৰ মৰা

দৌৰা   বিশেষণ

अर्थ : ভৰিৰে অতি বেগাই যোৱা

उदाहरणे : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল

चौपाल