सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : নিজৰ ৰক্ষাৰ কাৰণে কাৰোবাক চিঞৰি মতা কার্য
उदाहरणे : মহিলাগৰাকীয়ে ন্যায় লাভ কৰিবৰ কাৰণে ৰজাক অনুনয়-বিনয় কৰিলে
समानार्थी : অনুনয়-বিনয়
अर्थ : অজুহাত দেখুওৱা কার্য ্ বাকোনো কাম নকৰিবৰ কাৰণে মিছা কাৰণ দেখুওৱা ক্রিয়া
उदाहरणे : সৰু লʼৰা-ছোৱালীয়ে স্কুল নাযাবলৈ বিভিন্ন অজুহাত দেখুৱায়
समानार्थी : অচিলা, অজুহাত, আপত্তি, ওজৰ, ওজৰ-আপত্তি, কাৰণ, চেলু, বাহনা, বিনাকাৰণ, লেচু
स्थापित करा