अर्थ : অনাহকত দোষ উলিওৱা কার্য
उदाहरणे :
কোনো কোনোৱে দোষ-খুচৰি ভাল পায়
अर्थ : দোষ উলিওৱা ব্যক্তি
उदाहरणे :
দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
समानार्थी : ছিদ্রান্বেষক, ছিদ্রান্বেষী
अर्थ : আনৰ দোষ বিচাৰিফুৰোঁতা
उदाहरणे :
দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
समानार्थी : ছিদ্রান্বেষী, দোষদর্শী