सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
उदाहरणे : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
समानार्थी : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
अर्थ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
उदाहरणे : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
समानार्थी : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
अर्थ : যিটো গুণ ভাল নহয়
उदाहरणे : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
समानार्थी : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
स्थापित करा