अर्थ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
उदाहरणे :
কইনা দোলাত বহি আছে
अर्थ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
उदाहरणे :
ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
समानार्थी : পাল্কী
अर्थ : মন চঞ্চল হোৱা অৱস্থা
उदाहरणे :
ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
समानार्थी : দোলা দিয়া