अर्थ : দোকান পৰিচালনা কৰা কাম
उदाहरणे :
মোহনে দোকানী কাম কৰি ভাল টকা উপার্জন কৰে
समानार्थी : দোকানদাৰী
अर्थ : যিয়ে কোনো বস্তু আদি বিক্রী কৰে
उदाहरणे :
তেওঁ খুচুৰা বস্তুৰ বিক্রেতা
समानार्थी : বিক্রী কৰোঁতা, বিক্রেতা, বেচোঁতা