अर्थ : নিয়তিবাদ মানি চলা ব্যক্তি
उदाहरणे :
নিয়তিবাদীৰ মতে যি হয় ভগৱানৰ কৃপাতেই হয়
समानार्थी : নিয়তিবাদী
अर्थ : ভাগ্যক প্রাধান্য দিয়া বা ভাগ্যৰ ওপৰত আশ্রিত থকা ব্যক্তি
उदाहरणे :
আজিৰ ্কর্ম্্প্রধান যুগতো ভাগ্যবাদীৰ অভাৱ নাই
समानार्थी : ভাগ্যবাদী
अर्थ : ভাগ্যক প্রাধান্য দিয়া বা ভাগ্যত আশ্রয় গ্রহণ কৰোঁতাজন
उदाहरणे :
আজিৰ ্কর্মময় যুগত ভাগ্যবাদী লোকে কেতিয়াবা কেতিয়াবা পস্তাব লগীয়া হয়
समानार्थी : ভাগ্যবাদী