सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ক্রুৰ, অত্যাচাৰী আৰু পাপী ব্যক্তি
उदाहरणे : কেইটামান অসুৰে নির্দোষী ্গাঁওবাসীক মৃত্যুৰ মুখত পেলালে
समानार्थी : অমানুষ, অসুৰ, দানব, ৰাক্ষস
अर्थ : ধর্ম গ্রন্থত বর্ণিত সেই দুষ্টাত্মা যি ্ধর্মবিৰোধী কার্য কৰে তথা দেৱতা, ঋষি আদিৰ শত্রু
उदाहरणे : পুৰাতন কালত ৰাক্ষকৰ ভয়ত ধর্ম ্কার্য ্কৰাত ্সুবিধা হৈছিল
समानार्थी : অসুৰ, কীলালপ, দানব, নীশাচৰ, ৰাক্ষক
स्थापित करा