अर्थ : প্রাণীৰ একে ৰূপতে থকা সকলো অংগৰ সমষ্টি
उदाहरणे :
শৰীৰ ভালে ৰাখিবলৈ ব্যায়াম কৰা উচিত যি দৰে আমি পুৰণা কাপোৰ সলাই নতুন কাপোৰ পিন্ধো সেইদৰে আত্মাইও পুৰণা দেহ ত্যাগ কৰি নতুন দেহত প্রৱেশ কৰে
समानार्थी :
ইন্দ্রিয়াতন, কায়, গা, গাত্র, তনু, দেহ, দেহপিঞ্জৰ, বপু, ভোগায়তন, শৰীল, শৰীৰ