पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দেশ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দেশ   বিশেষ্য

अर्थ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

उदाहरणे : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

समानार्थी : প্রদেশ, প্রান্তৰ, ৰাজ্য

अर्थ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ

उदाहरणे : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব

समानार्थी : চৰকাৰ, ৰাষ্ট্র

अर्थ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

उदाहरणे : চাৰিওফালে মিছাৰ ৰাজ্য

समानार्थी : সাম্রাজ্য, স্থলী, ৰাজ্য

अर्थ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ

उदाहरणे : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়

समानार्थी : ৰাষ্ট্র

अर्थ : কোনো দেশত বাস কৰা লোক

उदाहरणे : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল

समानार्थी : ৰাষ্ট্র

अर्थ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি

उदाहरणे : ভাৰত মোৰ দেশ

समानार्थी : গৃহভূমি

चौपाल