अर्थ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
उदाहरणे :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
समानार्थी : দর্শন ্ কৰা, দেখুওৱা
अर्थ : নিৰীক্ষণ কৰোৱা কার্য
उदाहरणे :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
समानार्थी : দেখুওৱা