अर्थ : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা
उदाहरणे :
ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল
अर्थ : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই
उदाहरणे :
আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে
समानार्थी : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত