सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দুটা বস্তু বা বিন্দুৰ মাজৰ স্থান বা মাত্রা
उदाहरणे : ঘৰৰপৰা কার্যালয়লৈকে দূৰত্ব প্রায় এক কিলোমিটাৰ
समानार्थी : অন্তৰ, তফাৎ, পার্থক্য
अर्थ : দূৰ হোৱা অৱস্থা বা ভাব
उदाहरणे : দুই ভাইৰ মাজত কাজিয়া-পেচালৰ কাৰণে দিনে-দিনে দূৰত্ব বাঢ়ি গৈ আছে
स्थापित करा