पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দূত शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দূত   বিশেষ্য

अर्थ : কোনো ৰাজ্য বা দেশৰ ফালৰ পৰা অন্য ৰাজ্য বা দেশলৈ পঠোৱা বা নিযুক্ত দূত বা বার্তাবাহক

उदाहरणे : পাকিস্তান ওপৰত ভালেকেইবাৰ ৰাষ্ট্রদূতক অপমান কৰাৰ আৰোপ লগোৱা হৈছে

समानार्थी : ৰাজদূত, ৰাজপ্রতিনিধি, ৰাষ্ট্রদূত

अर्थ : কোনো বিশেষ কার্য কৰিবলৈ বা খবৰ দিবৰ কাৰণে কʼৰবালৈ পঠোৱা ব্যক্তি

उदाहरणे : ভগৱান ৰামে অংগদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠিয়াইছিল

समानार्थी : কটকী, চৰ, টেকেলা

चौपाल