सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
उदाहरणे : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
समानार्थी : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
अर्थ : যিটো কৰিবলৈ কঠিন
उदाहरणे : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
समानार्थी : দুঃসাধ্য, দুষ্কৰ
अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
उदाहरणे : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
समानार्थी : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
अर्थ : যিটো সোনকালে বুজি পোৱা নাযায়
उदाहरणे : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
समानार्थी : অবোধগম্য, কঠিন, টান
अर्थ : যিটো গম্য নহয় বা যাব নোৱাৰা
उदाहरणे : আমি ্ দুর্গম পথৰ পথিক
समानार्थी : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
स्थापित करा