सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চলমান কৰোৱা বা দুলন কার্য
उदाहरणे : ঢৌবোৰ তাৰ আগে-পিছে দুলি আছিল
समानार्थी : জোকাৰি দিয়া, জোলা, দুলা, লৰা, হেন্দোলা
अर्थ : ওপৰত তুলি থোৱা স্বত্বেও কোনো বস্তুৰ কিছু অংশ তললৈ অলপ দূৰলৈকে আধাৰহীন হিচাপে থকা কার্য
उदाहरणे : বেৰত এডাল ৰচী ওলমি আছে
समानार्थी : ওলমা, ওলমি থকা
अर्थ : ঝুলনাত বহি দুলি থকা কার্য
उदाहरणे : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
समानार्थी : দোলা
स्थापित करा