सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যিটো সহজে বা সাধাৰণতে বুজিব পৰা নাযায়
उदाहरणे : প্রশ্নটো সমাধান কৰিবৰ কাৰণে এইটো সকলোতকৈ দুর্বোধ্য প্রক্রিয়া
अर्थ : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
उदाहरणे : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
समानार्थी : অসহজ, কঠিন, কঠোৰ, দুষ্কৰ, দুৰূহ, বিচল
स्थापित करा