अर्थ : দুখন মুখ থকা বা যাৰ দুখন মুখ আছে
उदाहरणे :
যাক দুমুখীয়া সাপ বুলি কোৱা হয় বাস্তৱতে সেইয়া দুমুখীয়া সাপ নাথাকে
अर्थ : কোনো কাজিয়া আদিত দুয়োপক্ষৰ ফালৰ পৰা যিজনক নিয়োজিত কৰা হয়
उदाहरणे :
আমি দুমুখীয়া ব্যক্তিৰ ওপৰত বিশ্বাস কৰা উচিত নহয়
समानार्थी : দুফলীয়া
अर्थ : দুটা কথা কোৱা বা দুই ধৰণৰ আচৰণ কৰা মানুহ
उदाहरणे :
দুমুখীয়া মানুহৰ ওপৰত মোৰ খং উঠে
अर्थ : যাৰ দুখন মুখ আছে
उदाहरणे :
বাজীকৰে মানুহক দুমুখীয়া সাপ দেখুৱালে