अर्थ : জ্বলি থকা দীপকৰ শাৰী
उदाहरणे :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
समानार्थी : দীপমালা
अर्थ : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
उदाहरणे :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
समानार्थी : দীপান্বিতা, দীপালী, দেৱালী