अर्थ : আৰতিৰ সময়ত জ্বলাই লোৱা চাকিৰ সমূহ
उदाहरणे :
আৰতিৰ সময়ত পুজাৰীৰ এখন হাতত দীপকমালা আৰু আনখন হাতত ঘন্টা আছিল
समानार्थी : দীপকমালা
अर्थ : জ্বলি থকা দীপকৰ শাৰী
उदाहरणे :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
समानार्थी : দীপাৱলী