पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দিয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দিয়া   ক্ৰিয়া

अर्थ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

उदाहरणे : আমি দুগোল দিলোঁ

समानार्थी : কৰা, বনোৱা

अर्थ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

उदाहरणे : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

समानार्थी : উৰি দিয়া, জাপি দিয়া

अर्थ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

उदाहरणे : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

समानार्थी : আৰোপ কৰা, লগোৱা

अर्थ : কাৰোবাক কিবা হস্তান্তৰ কৰা???

उदाहरणे : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

समानार्थी : প্রদান কৰা

अर्थ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

उदाहरणे : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

अर्थ : * সুলভ বা উপল্্ব্ধ কৰা

उदाहरणे : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

समानार्थी : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা

चौपाल