अर्थ : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
उदाहरणे :
কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
अर्थ : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
उदाहरणे :
মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
समानार्थी : দিৱস