पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দাৰু शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দাৰু   বিশেষ্য

अर्थ : এবিধ নিচাযুক্ত জুলীয়া পদার্থ ্ যাক বিভিন্ন বস্তুৰ সংমিশ্রণত বিভিন্ন ধৰণে তৈয়াৰ কৰা হয় আৰু ইয়াক সেৱন কৰিলে নৈতিকভাৱে নিন্দনীয় আৰু ধার্মিকভাৱে পাপ বুলি ধৰা হয়

उदाहरणे : তেওঁ ্ সদায় গধূলি মদ খাই ঘৰলৈ উভতে

समानार्थी : অৰিষ্ট, আসৱ, দ্রাক্ষাৰস, মদ, মদিৰা, মদ্য, সুৰা, সোমৰস

अर्थ : ৰোগ দূৰ কৰিবলৈ খোৱা বা লোৱা দ্রৱ্য:নিয়মিতভাৱে ঔষধ খালে বেমাৰ ভাল হয়

उदाहरणे :

समानार्थी : ঔষধ, ঔষধ-পাতি, দাৱাই, দৰৱ, দৰৱ-পাতি, দৱাই, ভেষজ

अर्थ : গছৰ শুকাই যোৱা স্থূল অংগ

उदाहरणे : আচ-বাব বনোৱা কামতে কাঠ বেছিকৈ ব্যৱহাৰ কৰা হয়

समानार्थी : কাঠ, কাষ্ঠ

चौपाल