सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অত্যধিক মূল্যৰ:তেওঁৰ সৰুৰে পৰা মূল্যবান বস্তু কিনাত চখ আছে
उदाहरणे :
समानार्थी : অমূল্য, বহুমূলীয়া, বহুমূল্য, মহঙা, মহার্ঘ, মূল্যবান, মৰগীয়া
अर्थ : যʼত বস্তুবোৰক অধিক মূল্যত বেচা হয় বা কোনো সেৱাৰ বাবে অধিক মূল্য লোৱা হয়
उदाहरणे : এই ভোজনালয়খন দামী
अर्थ : যাৰ মূল্য অতি বেছি
उदाहरणे : এই শাৰীখন অলপ দামী
अर्थ : যাৰ উচিত মূল্যতকৈ দাম অধিক হয়
उदाहरणे : গাঁৱৰ তুলনাত চহৰৰ বস্তু যথেষ্ট দামী
समानार्थी : মহঙা, মহার্ঘ, মৰগীয়া
स्थापित करा