अर्थ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
उदाहरणे :
আজিকালি আলুৰ দাম বহুত বাঢ়িল
समानार्थी : দৰ
अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
उदाहरणे :
হীৰাৰ মূল্য জহুৰীয়েহে জানে
समानार्थी : মূল্য