अर्थ : দানৰ টকা-পইচা থোৱা বা দিয়া কোনো পাত্র বা আধাৰ
उदाहरणे :
তেওঁ মন্দিৰৰ দান-পাত্রত এশ টকা দিলে
समानार्थी : দান-পাত্র
अर्थ : যিজন ব্যক্তি দান পোৱাৰ বাবে উপযুক্ত
उदाहरणे :
দান কেৱল দান-পাত্রকহে প্রদান কৰা উচিত
समानार्थी : দান-পাত্র