अर्थ : অনাহকত কাৰোবাৰ সৈতে যুঁজ-্বাগৰ বা মাৰপিট কৰা কার্য
उदाहरणे :
বর্ত্্মান ডাঙৰ-ডাঙৰ বিদ্যালয়তো গুণ্ডাগিৰী বাঢ়ি যাবলৈ ধৰিছে
समानार्थी : গুণ্ডাগিৰী, বদমাছী
अर्थ : নিজে যি পছন্দ কৰে বা ভাল পায় তেনে ধৰণে কৰা আচৰণ
उदाहरणे :
আপোনাৰ দাদাগিৰী ইয়াত নচলিব