सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : মহাৰ লʼৰা
उदाहरणे : ৰাম মোৰ ভাই (মহাৰ লʼৰা)
समानार्थी : ভাই, ভাইটি, মহাৰ লʼৰা
अर्थ : জেঠোদেউৰ পুতেক
उदाहरणे : মোৰ জেঠোদেউৰ লʼৰাটো অভিযন্তা
समानार्थी : জেঠোদেউৰ লʼৰা, ভাইটি
अर्थ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক
उदाहरणे : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে
समानार्थी : গুণ্ডা, বজ্জাত, বদমাচ, বদমাছ
अर्थ : যিজন ভায়েকে প্রথমে জন্ম লৈছে
उदाहरणे : শ্যামৰ ককায়েক অধ্যাপক
समानार्थी : অগ্রজ, ককাই, ককাইদেউ
स्थापित करा