अर्थ : দলিয়াই দিয়া
उदाहरणे :
তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে
अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
उदाहरणे :
আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
समानार्थी : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা
अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
उदाहरणे :
ডাষ্টবিনত জাবৰ পেলোৱা হয়
समानार्थी : দলিয়া, নিক্ষেপ কৰা, পেলোৱা
अर्थ : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা
उदाहरणे :
লʼৰাটোৱে খেলনাটো দলিয়ালে
समानार्थी : লদিওৱা
अर्थ : আনৰ হতুৱাই দলিয়া
उदाहरणे :
মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে