पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দলবদলীয়া शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দলবদলীয়া   বিশেষ্য

अर्थ : দল বদলি কৰা ব্যক্তি বা যিজনে এটা দল এৰি অন্য এটা দলত যোগদান কৰে

उदाहरणे : দলবদলীয়াৰ কাৰণে কেতিয়াবা চৰকাৰো শাসনৰ পৰা আঁতৰিব লগাত পৰে

দলবদলীয়া   বিশেষণ

अर्थ : দল সলনি কৰা বা যি এটা দল এৰি অন্য এটা দললৈ গুচি যায়

उदाहरणे : চৰকাৰ গঠন হোৱাৰ লগে-লগেই দলবদলীয়া নেতাসকলক মন্ত্রীৰ দায়িত্ব দিয়া হʼল

चौपाल