पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দল शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দল   বিশেষ্য

अर्थ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

उदाहरणे : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

समानार्थी : পাহি

अर्थ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

उदाहरणे : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

समानार्थी : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

अर्थ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

उदाहरणे : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

समानार्थी : পক্ষ, পার্টী

अर्थ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

उदाहरणे : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

समानार्थी : পত্র, পর্ণ, পাত

अर्थ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरणे : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

समानार्थी : মণ্ডল, মণ্ডলী, সংগঠন

अर्थ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

उदाहरणे : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

समानार्थी : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

अर्थ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

उदाहरणे : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

समानार्थी : পার্টী

अर्थ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

उदाहरणे : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

समानार्थी : জাক

अर्थ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

उदाहरणे : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

समानार्थी : পাৰিষদ্্বর্গ, ্গোট

चौपाल