अर्थ : শ্রদ্ধা, ভক্তি আৰু বিনম্রতাপূর্বক দেৱতা, দেৱমূর্তি অথবা ডাঙৰক কৰা সাক্ষাৎকাৰ
उदाहरणे :
আমি সাধুবাবাৰ দর্শনৰ ্বাবে গৈ আছোঁ
समानार्थी : দৰশন
अर्थ : প্রকৃতি, আত্মা, পৰমাত্মা আৰু জীৱনৰ অন্তিম লক্ষ্য আদিৰ বিচাৰ বিবেচনা কৰা এক বিচাৰধাৰা
उदाहरणे :
বৌদ্ধ দর্শন অনুসৰি সংসাৰ ক্ষণভঙ্গুৰ
समानार्थी : ্তত্ত্বজ্ঞান
अर्थ : কোনো ব্যক্তি, বস্তু আদিৰ প্রতি চকুৰদ্বাৰা ওপজা বোধ
उदाहरणे :
কামৰ ব্যস্ততাৰ কাৰণে এমাহ ধৰি দেউতাৰ দর্শন ্হোৱা নাই
समानार्थी : দৰশন