सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো সাহিত্যৰ পুথি, বিশ্লেষণ আদিৰ অন্তর্গত সেই বিশিষ্ট বিভাগ যʼত কোনো এক বিষয় বা তাৰ কোনো অংগৰ বিবেচনা কৰা হয়
उदाहरणे : এই অনুচ্ছেদত ভগৱান ৰামৰ জন্মৰ অদ্ভূত বর্ণ্্না কৰা হৈছে
समानार्थी : অনুচ্ছেদ, পাৰাগ্রাফ, পেৰাগ্রাফ
अर्थ : গণনা কৰি পোৱা সময়ৰ কোনো অংশৰ হিচাপ
उदाहरणे : মহাবীৰে ৰাতিপুৱা তিনি বাৰ আহাৰ গ্রহণ কৰে
समानार्थी : বাৰ
अर्थ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
उदाहरणे : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
समानार्थी : ধাৰা, নিয়ম
अर्थ : ঋণ আদি কেইবাটাও ভাগত পৰিশোধ কৰা নিয়ম
उदाहरणे : মই এই ধাৰখিনি কিস্তি হিচাপত পৰিশোধ কৰিম
समानार्थी : কিস্তি, খেপ, বাৰ
स्थापित करा