पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দন্দ্ব शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দন্দ্ব   বিশেষ্য

अर्थ : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

उदाहरणे : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

समानार्थी : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, বাদ-বিবাদ, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

अर्थ : সংকটপূর্ণ ্বা বিপৰীত পৰিস্থিতিৰ পৰা ওলাই আগুৱাই আহিবৰ কাৰণে কৰা প্রয়াস

उदाहरणे : বহুতো সময়ত আমি নিজৰ সৈতে নিজে সংঘর্ষ কৰিবলগীয়া হয়

समानार्थी : যুদ্ধ, সংঘর্ষ

चौपाल