सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কুৰূপ, ক্রুৰ আৰু কাজিয়া কৰি ভাল পোৱা স্ত্রী
उदाहरणे : দন্দুৰী হোৱাতো সহজ কিন্তু শিষ্টাচাৰী হোৱাটো কঠিন
समानार्थी : ডাইনী, ডাকিনী
अर्थ : কর্কশ ্ স্বভাৱৰ নাৰী বা যি নাৰীয়ে কাজিয়াকে কৰি থাকে
उदाहरणे : কি কি কৰি যে মই এগৰাকী দাংকাটি মহিলাৰ বাচিলো
समानार्थी : উগ্র নাৰী, কর্কশ ্নাৰী, খঙাল তিৰোতা, দন্দুৰী তিৰোতা, দাংকাটি, দাংকাটি মহিলা, মুখৰা তিৰোতা
अर्थ : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
उदाहरणे : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
समानार्थी : উগ্রা, কাজিয়াখোৰ
स्थापित करा