पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील দণ্ড शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

দণ্ড   বিশেষ্য

अर्थ : হাতত লৈ যোৱা পোন, কিছু দীঘল আৰু পাতল আকাৰ কাঠ বিশেষ

उदाहरणे : আইতাই লাখুটি লৈ খোজকাঢ়ি আছে

समानार्थी : লাখুটি

अर्थ : পাল্লা বান্ধি থোৱা তুলাচনীৰ দণ্ড বিশেষ

उदाहरणे : শস্য জুখি থাকোতে তুলাচনী দণ্ডডাল ভাগি থাকিল

समानार्थी : তুলাচনী দণ্ড, দগাপাল্লা দণ্ড

अर्थ : কাঠ বা বাঁহ আদিৰ পোন আৰু অলপ দীঘল টুকুৰা

उदाहरणे : বাগিছাত লʼৰা-ছোৱালীবোৰে লাঠীৰে আম পাৰি আছে

समानार्थी : বাড়ি, বাৰি, মাৰি, লাঠী

अर्थ : ষাঠী পল বা চৌবিশ মিনিটৰ সময়

उदाहरणे : আজি ৰাতি কেচুৱাটো এক দণ্ডও নুশুলে

अर्थ : যি ডাল লাঠিৰে কুমাৰে চাক ঘূৰায়

उदाहरणे : কুমাৰে দণ্ডৰে চাকখন জোৰেৰে ঘূৰাই আছে

समानार्थी : কুমাৰৰ দণ্ড

अर्थ : অপৰাধী বা দোষীৰ দোষমুক্তিৰ বাবে আইনমতে লোৱা ধন:ৰাজহুৱা স্থানত ধূম-পান কৰা বাবে তেওঁক পাঁচশ টকা জৰিমনা ভৰালে

उदाहरणे :

समानार्थी : অর্থদণ্ড, জৰিমনা

अर्थ : মোটা আকাৰৰ ডাঙৰ মাৰি

उदाहरणे : তেওঁ কুকুৰটোক লাঠিৰে মাৰিলে

समानार्थी : বাৰি, লাঠি

चौपाल