अर्थ : জুখিবৰ কাৰণে ব্যৱহাৰ কৰা কোনো নিশ্চিত পৰিমাণৰ শিল, লোহা আদিৰ টুকুৰা
उदाहरणे :
এইটো এক কিলোৰ দগা
समानार्थी : প্রতিমান
अर्थ : কোনো তৎপৰতা নথকা
उदाहरणे :
এলেহুৱা মানুহে কেতিয়াও কোনো কাম সময়মতে কৰিব নোৱাৰে তেওঁ ্ কামত বৰ সোৰোপা
समानार्थी : অলস, আলস্যপৰায়ণ, এলেহুৱা, খাই গাহৰি, খাই-শো, বহিখোৱা, শুই-হগা, সোৰোপা, ৰিহাকুৰীয়া