सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
उदाहरणे : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
समानार्थी : দক্ষতা
अर्थ : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
उदाहरणे : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
समानार्थी : অধিকাৰ, স্বত্ব, হক
अर्थ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
उदाहरणे : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
समानार्थी : সামর্থ্য, হাত
स्थापित करा