अर्थ : দক্ষিণ আফ্রিকাৰ নিবাসী
उदाहरणे :
চৰকাৰে বগা আৰু কʼলা দক্ষিণ আফ্রিকান সকলৰ মাজত ভেদভাৱ ৰাখে
समानार्थी : দক্ষিণ আফ্রিকা বাসী, দক্ষিণ আফ্রিকা-বাসী, দক্ষিণ আফ্রিকাবাসী
अर्थ : দক্ষিণ আফ্রিকা সম্বন্ধী বা দক্ষিণ আফ্রিকাৰ
उदाहरणे :
দক্ষিণ আফ্রিকান অশ্বেত সকলে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিছিল
समानार्थी : দক্ষিণ আফ্রিকা সম্বন্ধী