अर्थ : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
उदाहरणे :
তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
समानार्थी : শুং
अर्थ : দাঁতেৰে কামোৰা কার্য
उदाहरणे :
বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
अर्थ : দাঁতেৰে কামুৰিলে হোৱা ঘা
उदाहरणे :
সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে