अर्थ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা
उदाहरणे :
তেওঁ ্সদায় আনৰ নিন্দা কৰে
समानार्थी : আঙুলি উঠোৱা, ঠাট্টা কৰা, নিন্দা কৰা, বেয়া কৰা
अर्थ : বাৰে বাৰে থু পেলোৱা
उदाहरणे :
চাদা খাই তেওঁ থু থু কৰি আছে
समानार्थी : থু পেলাই থকা, থুওৱা, পিকোৱা