अर्थ : অসাৱধানতাৰ কাৰণে কোনো কামৰ বিশেষ অংশত মনোযোগ আকর্ষিত নোহোৱা কার্য বা ৰৈ যোৱা কার্য
उदाहरणे :
যদি আপুনি মগজুটো ঠাণ্ডা কৰি ৰাখিলেহেতেঁন তেনেহʼলে এইটো থাকি নাযায়
समानार्थी : থকা
अर्थ : চালু হৈ থকা কোনো কাম বন্ধ হৈ যোৱা
उदाहरणे :
বিজুলী সৰবৰাহ ব্যাহত হোৱাৰ কাৰণে অলপ কাম থাকি গʼল
समानार्थी : ৰৈ যোৱা