पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील তৰমুজ शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

তৰমুজ   বিশেষ্য

अर्थ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল

उदाहरणे : খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে

समानार्थी : তর্মুজ

अर्थ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল

उदाहरणे : গৰমত তৰমুজ বেছিকৈ পোৱা যায়

अर्थ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল

उदाहरणे : নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে

समानार्थी : তৰবুজ

अर्थ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ

उदाहरणे : গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়

चौपाल