सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সিজোৱা মচলাযুক্ত পনীয়া ভাজি
उदाहरणे : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই
समानार्थी : পনীয়া ভাজি
अर्थ : ৰন্ধা পাচলি
उदाहरणे : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি
समानार्थी : চবজি, ভাজি
अर्थ : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ
उदाहरणे : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে
समानार्थी : আঞ্জা, চ্্ব্জি
स्थापित करा