अर्थ : সন্তুষ্ট বা তৃপ্ত কৰাৰ যোগ্য
उदाहरणे :
ব্রাহ্মণে যজমানক তোষণীয় সামগ্রীৰ এখন তালিকা হাতত গুজি দিলে
अर्थ : তোষ সম্বন্ধী
उदाहरणे :
সংসাৰত সকলোৱে তোষণীয় দ্রব্যৰ উপার্জ্্নত লাগি আছে
समानार्थी : তোষণসাধ্য